COVID-19 : ক’ভিড আপডেট

coronavirus covid 19 testing pti

দেশত ক’ভিড-গ্রাফৰ উঠা-নমা চলিয়ে আছে । দৈনিক সংক্রমণ কমিলেও পুনৰ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত ৭৯৫ জন কৰ’নাত আক্রান্ত হৈছে ।

যোৱা ২৪ ঘণ্টাত কৰ’নাত মৃত্যু হৈছে ৫৮ জনৰ ।

এই পর্যন্ত দেশত কৰ’নাত মৃত্যু হৈছে পাঁচ লাখ ২১ হেজাৰ ৪১৬ জনৰ ।

মুঠ আক্রান্তৰ সংখ্যা চাৰি কোটি ৩০ লাখ ২৯ হেজাৰ ৮৩৯ ।

সোমবাৰে প্রায় দুবছৰ পাছত দেশত কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা এহেজাৰৰ তলত নামে ।

Exit mobile version