১৪৭ টকা ব্যয় কৰিলে ৩০ দিন ভেলিডিটিৰ এই প্লেনত আপুনি পাব যিকোনো নেটৱর্কত আনলিমিটেড কলৰ সুবিধা । লগতে পাব ১০ জিবি ডেটা । বিনামূল্যে বিএছএনএল টিউনছ সেৱাও পাব এই প্লেনত ।
২৪৭ টকা ব্যয় কৰিলে ৩০ দিন ভেলিডিটিৰ এই প্লেনত আপুনি পাব যিকোনো নেটৱর্কত আনলিমিটেড কলৰ সুবিধা । লগতে পাব ৫০ জিবি ডেটা । ইয়াৰ উপৰি দৈনিক এশটা এছএমছো কৰিব পাৰিব । বিনামূল্যে বিএছএনএল টিউনছ সেৱা আৰু ইৰছ নাও সেৱা পাব এই প্লেনত ।
২৯৯ টকাৰ এই প্লেনেৰো ভেলিডিটি ৩০ দিন । ইয়াত প্রতিদিন তিনি জিবিকৈ ডেটা পাব । তিনি জিবি ডেটা শেষ হ’লে ৮০ কেবিপিএছ স্পিডত চলিব ইন্টাৰনেট । আনলিমিটেড ভয়েছ কলিং সুবিধা পোৱা যাব । দৈনিক এশটা এছএমএছ পাব ।
১৬ টকাত ৩০ দিনে বৈধ প্লেন ল’লে প্রতি মিনিটত ফোনৰ বাবে ২০ পইচাকৈ কাটিব । কোনো ছিম ব্যৱহাৰৰ বাবে এটা উপযুক্ত ৰিচার্জ প্লেন ।