তুলসীবিলৰ জয়পুৰত ১০ দিনীয়া কাৰ্যসূচীৰে বিহুৰ কৰ্মশালা অনুষ্ঠিত

WhatsApp Image 2022 04 08 at 5.43.31 PM

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ জয়পুৰত পোন প্ৰথমবাৰৰ বাবে জয়পুৰ অঞ্চলৰ একাংশ শিক্ষক আৰু উদীয়মান কেইজন যুৱকৰ প্ৰচেষ্টাত ১০ দিনীয়াকৈ বিহুৰ কৰ্মশালা অনুষ্ঠিত হয় ।

উক্ত কৰ্মশালাত জয়পুৰৰ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰা পৰিলক্ষিত হয় । উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে সুদূৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ হেমেন চমুৱা আৰু মৃদু পৱন বৰা উপস্থিত থাকে ।

Exit mobile version