হালধীয়া টেক্সীত ৰণবীৰৰ কোটিটকীয়া বিবাহৰ সাজ

ranbir alia wedding all details1

অভিনেতা ৰণবীৰ কপুৰৰ বান্দ্রাৰ বাসস্থান ‘বাস্তু’লৈ তেওঁৰ বিবাহৰ পােছাক আহিল সাধাৰণ ক’লা-হালধীয়া টেক্সীত। সেই পােছাকো আকৌ বলিউদৰ নামজ্বলা সাজসজ্জাকৰ সব্যসাচীয়ে তৈয়াৰ কৰা।

ADVERTISEMENT

বলিউদৰ অধিকাংশ তাৰকাৰ বিবাহৰ পােছাক প্রস্তুত কৰে সব্যসাচীয়ে। যাৰ মূল্য কোটিৰ অধিক। অথচ ইমান দামী পােছাক আহিল সাধাৰণ গাড়ীত।

পাপাৰাজ্জীৰ সৌজন্যত সেই গাড়ীৰ ফটোও এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে। ৰণবীৰ আৰু আলিয়া ভাটৰ দৰে আগশাৰীৰ তাৰকাৰ বিয়াৰ সাজ এনে গাড়ীত কঢ়িয়াই অনাৰ কাৰণ বিচাৰি এতিয়া বহুতেই হাবাথুৰি খাইছে।

Exit mobile version