থেকেৰাৰ কিছু উপকাৰিতা

Garcinia pedunculata 1

★আমাশয় ৰোগত থেকেৰা তিয়াই থোৱা পানী কম কমকৈ দুই তিনিবাৰ খালে উপসম পোৱা যায় ।

★চৰ্দি হ’লে থেকেৰা উপকাৰি ।

★থেকেৰা খালে শৰীৰৰ মেদবহুলতা দুৰ হয় ।

★থেকেৰাই গাৰ ছালৰ সৌন্দৰ্য্য বঢ়ায় ।

★থেকেৰাত থকা গুণকাৰি পৌষ্টিক তত্ত্ব সমুহৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

★ থেকেৰা খালে পেটৰ লগতে দেহ সুস্থ থাকে ।

Exit mobile version