COVID-19 : ক’ভিড আপডেট

2021 7largeimg 290920815

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত দৈনিক কৰ’না সংক্রমণৰ সংখ্যা ১,০০৭ । বুধবাৰৰ তুলনাত এই সংখ্যা সামান্য কমিছে । পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ১৮৮ ।

 

বিগত ২৪ ঘণ্টাত সমগ্ৰ ভাৰতত কৰ’নাত মৃত্যু হৈছে মাত্র এজনৰ ।

 

কেৰালাত পৰিস্থিতি নিয়ন্ত্রণত আহিছে যদিও দিল্লীত পুনৰ নতুনকৈ বৃদ্ধি পাইছে কৰ’না সংক্রমণ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত বুলেটিন অনুযায়ী, ৰাজধানীত ২৯৯ জন ক’ভিডত আক্রান্ত হৈছে ‌ ।

 

বৃহস্পতিবাৰে দৈনিক সংক্রমণৰ হাৰ ০.২৩ শতাংশ । দেশত এই পর্যন্ত মুঠ ১৮৬ কোটি ২২ লাখ ৭৬ হেজাৰ ৩০৪ টিকাকৰণ হৈছে ।

Exit mobile version