◆”শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱা লাইনত আছে”
ADVERTISEMENT
◆ওদালগুৰিত এই ঘোষণা সাংসদ তথা প্ৰাক্তন আলফা নেতা নৱ কুমাৰ শৰণীয়াৰ
◆অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনতেই এই ঘোষণা সাংসদগৰাকীৰ
◆ওদালগুৰিৰ এক বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ঘোষণা শৰণীয়াৰ
◆আলফালৈ যুৱক-যুৱতীৰ সোঁত বোৱা সন্দৰ্ভতো ঘোষণা সাংসদগৰাকীৰ
◆আলফালৈ গৈ শান্তি আলোচনাত ঘূৰি আহিলে সংস্থাপন পাব
◆এনে আশাতে হয়তো আলফালৈ সোঁত বৈছে যুৱক-যুৱতীৰ
◆আলফা-চৰকাৰৰ শীঘ্ৰে শান্তি আলোচনাৰ পোষকতা সাংসদগৰাকীৰ।