ডালিম খাই ভাল পাই নেকি ! হ’ব পাৰে মৃত্যুৰ কাৰণ

IMG 20220416 174241

★ কম ৰক্তচাপৰ লোকে ডালিম খোৱা একদম উচিত নহয়। ডালিম সেৱনত উচ্চ ৰক্তচাপৰ সকলো সমস্যা কমি যায়। যদি কম ৰক্তচাপৰ দৰে সমস্যা থাকে তেনেহ’লে তেওঁলোকৰ বাবে ডালিম মাৰাত্মক ক্ষতিকাৰক ।

★ মানসিক ৰোগত আক্রান্ত যিসকল ৰোগী, যিয়ে নিয়মিত মানসিক ৰোগৰ বাবে ঔষুধ খায় তেওঁলোকৰ বাবে ডালিম প্রায় বিষৰ সমান।

★ চর্দি-কাহত বেদানা খালে শৰীৰৰ আৰু ক্ষতি হয়। ডালিম সাধাৰণতে ঠাণ্ডা ফল। সেয়ে সাধাৰণতে গৰমকালতেই এই ফল খোৱা হয়। যাৰ চর্দি-কাহ বা ঠাণ্ডা লগা ভাব আছে তেওঁলোকে ডালিম খোৱা উচিত নহয়। ইয়াৰ ফলত আৰু ঠাণ্ডা লাগিব পাৰে। তেওঁলোকে ডালিমৰ পৰিবর্তে গৰম কিবা খোৱা উচিত।

★এলার্জিত ডালিম খোৱা ক্ষতিকৰ। এনেকুৱা বহু লোক আছে যাৰ ধূলি, বালি আদিত এলার্জি আছে, তেওঁলোকৰ পক্ষে ডালিম খোৱা খুব ক্ষতিকৰ।

★ডালিমত এনে কিছু উপাদান আছে যি এলার্জিত সমস্যাক বঢ়াই তোলে। সেয়ে আপোনালোকৰ মাজত যদি এই ধৰণৰ কোনো সমস্যা থাকে তেনেহ’লে এই ডালিমৰ পৰা দূৰত থাকক।

Exit mobile version