হৃদৰোগৰ ৰোগীয়ে খাওক ৰঙালাওৰ গুটি

IMG 20220416 173746

 

★ডায়েবেটিছ ৰোগীৰ বাবে ৰঙালাওৰ গুটি উপকাৰী।

★ৰঙালাওৰ গুটিয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে।

★ৰঙালাওৰ গুটিত প্ৰচুৰ পৰিমানে প্ৰ’টিন থাকে।

★ৰঙালাওৰ গুটিয়ে ভাল টোপনি অহাত সহায় কৰে।

★ৰঙালাওৰ গুটিয়ে ডিপ্ৰেছন বা মানসিক অৱসাদ নিৰাময় কৰে।

★ৰঙালাওৰ গুটিয়ে শৰীৰৰ কলেস্টৰেল কম কৰে।

★ৰঙালাওৰ গুটিয়ে শৰীৰৰ বাবে আৱশ্যকীয় ফচফৰাচ, মেঙ্গানীজ, মেগনেচিয়াম, আইৰণ আৰু কপাৰ পোৱা যায়।

★ৰঙালাওৰ গুটিয়ে কিডনী ষ্টোন প্ৰতিৰোধ কৰে।

★ৰঙালাওৰ গুটিয়ে ফিটাপেলু আৰু আন পৰজীৱি নিৰাময় কৰে।

★ৰঙালাওৰ গুটিয়ে মূত্ৰকৃচ্ছতা ৰোগ দূৰ কৰে।

★ৰঙালাওৰ গুটিয়ে লিভাৰ ৰোগ প্ৰতিৰোধ কৰে।

Exit mobile version