নাভূট নাশ্ৰুত কাণ্ড গৃহ বিভাগৰ

পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যো-জা গৃহ বিভাগৰ ৷

একেটা পদৰ বাবে নতুনকৈ বিজ্ঞাপণ দিলে গৃহ বিভাগে ৷

পূৰ্বে সেই পদৰ বাবে অনুষ্ঠিত হৈছিল শাৰিৰীক আৰু লিখিত পৰীক্ষা ৷

কিন্তু সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই গৃহ বিভাগে ৷

২০১৭তে ৯০১৭ পদৰ বাবে বিজ্ঞাপন দিছিল গৃহ বিভাগে ৷

কিন্তু সেই পৰীক্ষাৰ ফলাফল নিদিয়াকৈয়ে পুনৰ বিজ্ঞাপণ দিলে গৃহ বিভাগে ৷

অসম আৰক্ষীৰ সেই কাণ্ডত খৰ্গহস্ত হেজাৰ হেজাৰ পৰীক্ষাৰ্থী ৷

ধৰ্ণা দিবলৈ অহা বহু পৰীক্ষাৰ্থীক ৰাজপথৰ পৰাই আটক আৰক্ষীৰ ৷

DGP কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিবলৈ আহিছিল পৰীক্ষাৰ্থীসকল ৷

কিন্তু এইবাৰ ৰাজপথতে প্ৰতিবাদত নামিল পৰীক্ষাৰ্থীসকল ৷

Exit mobile version