মহানগৰীত কংগ্ৰেছৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সমদল

আজি বিয়লি সৰুসজাই ষ্টেডিয়ামৰ সমীপৰ পৰা গণেশগুৰিৰ উৰণীয়া সেতুলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা সমন্বিতে নেতৃবৃন্দ আৰু দলীয় নেতা-কৰ্মীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ এক বৃহৎ প্ৰচাৰ সমদলত ভাগ লয় ।

উল্লেখ্য যে প্ৰচাৰ সমদলত বহু জনসাধাৰণ আৰু সমৰ্থকে অংশগ্ৰহণ কৰে ।

Exit mobile version