Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰেহ-ৰূপ

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
April 18, 2022
in Opinion
Reading Time: 1 min read
0
সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰেহ-ৰূপ
11
SHARES
105
VIEWS
ShareShareShareShare

দেশত অব্যাহত থকা চেপা সাম্প্ৰদায়িক উত্তেজনাই বহুতকে উদ্বিগ্ন আৰু বেদনাহত কৰি তুলিছে । দীৰ্ঘদিন ধৰি এনে সাম্প্ৰদায়িক চাপ সৃষ্টিকাৰী পৰিৱেশ বিৰাজ কৰি আহিছে যদিও চলিত মাহৰ ৰাম নৱমীৰ দিনাৰে পৰা এই শনিবাৰে হনুমান জয়ন্তীলৈকে স্বয়ং ৰাজধানী দিল্লীকে ধৰি কে’বাখনো ৰাজ্যত সংঘটিত সাম্প্ৰদায়িক হিংসাই দেশক জোঁকাৰিছে । বিগত সময়ছোৱাত বিভিন্ন পক্ষৰ লেকাম ছিগা ভাষ্য‌ই এনে এক ৰক্তাক্ত সংঘৰ্ষৰ পৰিৱেশ সৃষ্টিত ইন্ধন যোগাই আহিছে । ফলস্বৰূপে আগন্তুক সময়ছোৱাত এনে ধৰণৰ অধিক সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা নুই কৰিব নোৱাৰি ।

ADVERTISEMENT

অৱশ্যে ভাৰতত সাম্প্ৰদায়িক হিংসা কোনো নতুন ঘটনা নহয় । ঔপনিৱেশিক শাসন কালৰ পৰাই দেশত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈ আহিছে । বিশেষকৈ দেশ বিভাজনৰ সময়ছোৱাৰ ঘটনাৱলী ইতিহাসৰ এক ক’লা অধ্যায়ৰূপে চিহ্নিত হৈছে । পৰৱৰ্তী সময়ছোৱাতো চৰকাৰৰ উপৰি বিভিন্ন সংস্থা সংগঠন তথা শুভবুদ্ধিসম্পন্ন নাগৰিকৰ প্ৰচেষ্টা সত্ত্বেও সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাটো সম্ভৱ হোৱা নাই ।

RelatedPosts

দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা!

ৰিল বনাই থাকোঁতেই ভয়ংকৰ দুৰ্ঘটনা!

দিল্লিত পুনৰ বোমা আতংকঃ একেৰাহে বিদ্যালয়লৈ ভাবুকি, উচ্চ সতৰ্কতা জাৰি

স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিত সাম্প্ৰদায়িক হিংসা এক সংজ্ঞায়িত বৈশিষ্ট্যৰূপেই চিহ্নিত হৈ আহিছে । ঘাইকৈ হিন্দু-মুছলমানৰ সংঘৰ্ষ‌ই অধিক যদিও অন্যান্য ধৰ্মাৱলম্বী যেনে – খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু সংখ্যালঘুৰূপে পৰিচিত ৰাজ্যসমূহত হিন্দুৰ বিৰুদ্ধেও হিংসাৰ ঘটনা তেনেই কম নহয় । পাছলৈ ই অধিক সংগঠিত ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । নিজৰ ক্ষমতা সুৰক্ষিত কৰাৰ চক্ৰান্তৰে ব্ৰিটিছে বীজ ৰোপণ কৰি থৈ যোৱা হিন্দু-মুছলমানৰ বিভাজনেই ভাৰতৰ সাম্প্ৰদায়িক উত্তেজনাৰ বাবে দায়ী বুলি বিভিন্ন মহলে মত পোষণ কৰি আহিছে । পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰাজনৈতিক দলসমূহে ক্ষমতাৰ স্বাৰ্থত সেই ধৰ্মীয় বিভাজনৰেই ৰণকৌশল ৰূপায়ণ কৰি আহিছে – কেতিয়াবা সংখ্যালঘুৰ নামত আৰু কেতিয়াবা সংখ্যাগুৰুৰ নামত ।

যোৱা দেওবাৰে ৰাম নৱমীৰ শুভাযাত্ৰা উলিওৱাৰ সময়ত গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থানকে ধৰি কমেও পাঁচখন ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটে । লক্ষ্যণীয় যে প্ৰায় সকলোতে একে ধৰণৰে কাণ্ড । ৰাম নৱমীৰ ধৰ্মীয় সমদলে সংখ্যালঘু অধ্যুষিত অঞ্চলেদি আগবঢ়াৰ সময়ত উচটনিমূলক শ্ল’গান আৰু গীত, তাৰ পাছত শিলবৰ্ষণ তথা আক্ৰমণৰ ফলত বহু লোক হতাহত হয় । আহতসকলৰ ভিতৰত আৰক্ষী বিষয়াও আছে । তাৰ পাছতে পৰস্পৰৰ বিৰুদ্ধে অশান্তি সৃষ্টিৰ অভিযোগ উত্থাপন কৰে উভয় সম্প্ৰদায়ে ।

হিন্দুসকলৰ অভিযোগ – শোভাযাত্ৰীকাৰীলৈ শিলবৰ্ষণ কৰি আক্ৰমণ কৰা হয় । আনহাতে, মুছলমানসকলে অভিযোগ কৰে যে অশান্তি সৃষ্টিৰ উদ্দেশ্যে পূৰ্বপৰিকল্পিতভাৱে এনেদৰে হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰা হৈছে । পৱিত্ৰ ৰমজানৰ সময়ছোৱাত মছজিদৰ সমুখত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিকাৰী শ্ল’গান দিয়া হৈছে । এই ঘটনাৰ পাছতে সমদলকাৰীক আক্ৰমণৰ ঘটনাত অভিযুক্তৰূপে চিহ্নিত কৰি একাংশ ইছলামধৰ্মী লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা বাসগৃহ মধ্যপ্ৰদেশ চৰকাৰে বুলডজাৰ লগাই ভাঙি পেলোৱাত আন এক বিতৰ্কৰ সূত্ৰপাত হয় ।

ইছলামধৰ্মীক লক্ষ্য কৰিয়ে আইন-আদালতৰ দ্বাৰা দোষী প্ৰমাণিত হোৱাৰ পূৰ্বেই এইদৰে কেৱল সন্দেহৰ ভিত্তিত চৰকাৰে অবৈধ পদক্ষেপ গ্ৰহণ কৰা বুলি সমালোচনাৰ জোৱাৰ উঠিছে । সংঘৰ্ষত জড়িত আনসকলৰ বিৰুদ্ধে কিয় একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপিত হৈছে । লক্ষ্যণীয় যে কেৱল বিজেপি শাসিত গুজৰাট-মধ্যপ্ৰদেশতে নহয়, কংগ্ৰেছ শাসিত ৰাজস্থান, তৃণমূল কংগ্ৰেছ শাসনাধীন পশ্চিমবংগ আৰু জেএম‌এম-কংগ্ৰেছ শাসিত ঝাৰখণ্ডতো একেদিনাই এনে ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটে । ইয়াকে লৈ উত্তেজনা মাৰ নৌযাওঁতেই শনিবাৰে দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাতো একে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হয় । কেন্দ্ৰীয় গৃহ দপ্তৰৰ অধীনত থকা ৰাজধানী দিল্লীৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰা এই ঘটনাত আৰক্ষীসহ দুয়ো পক্ষৰ বহুলোক আহত হোৱাৰ উপৰি ‌ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয় ।

পৰিৱেশ যে দেশৰ কোনো এটি অঞ্চলতে স্বাভাৱিক নহয়, সেয়া শেহতীয়া ঘটনাৱলীয়েই উদঙাই দিছে । ২০০৫ৰ পৰা ২০১৭লৈ উপলব্ধ এক তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ছশৰ পৰা চাৰে নশ পৰ্যন্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । প্ৰতি বছৰে এনে ঘটনাত ৯০ জনৰ পৰা ১৩৩ জন লোকে প্ৰাণ হেৰুৱাইছে । তদুপৰি একে সময়ছোৱাত বছৰি আহত হৈছে দুই সহস্ৰাধিক লোক ।

শেহতীয়া সংঘৰ্ষৰ পূৰ্বেই কেতবোৰ মহলে যে এক উত্তেজনাৰ পৰিৱেশ সৃষ্টিৰ চেষ্টা চলাই আহিছে, সেই কথা লুকাই থকা নাই । হিজাবক কেন্দ্ৰ কৰি কে’বাখনো ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ পাছত আমিষ আহাৰ গ্ৰহণক লৈও বিতৰ্কৰ সূত্ৰপাত হোৱাটো লক্ষ্যণীয় । ইয়াৰ উপৰি একাংশ ধৰ্মগুৰু তথা ৰাজনৈতিক নেতাৰ ভাষ্য‌ই পৰিস্থিতি অধিক জটিল কৰি তুলিছে । ন্যায়ালয়ৰ হস্তক্ষেপত হিজাব বিতৰ্কৰ যেনিবা সামৰণি পৰিল । কিন্তু সম্প্ৰতি মছজিদৰ আজান দিয়াৰ ক্ষেত্ৰত মাইকৰ ব্যৱহাৰৰ বিৰোধ কৰা হৈছে কে’বাখনো ৰাজ্যত । মাইকযোগে আজান দিয়া কাৰ্য বন্ধ কৰা নহ’লে মছজিদৰ সমুখত মাইকযোগে হনুমান চালিচা পাঠ কৰা হ’ব বুলি হুংকাৰ দিয়া হৈছে । এই ক্ষেত্রত শীঘ্ৰে মীমাংসা নহ’লে পৰিস্থিতি জটিল হৈ পৰাৰ আশংকা নুই কৰিব নোৱাৰি । কিয়নো একাংশ ৰাজনৈতিক নেতাৰ জৰিয়তে এই দাবী উত্থাপিত হৈছে । তেওঁলোকৰ যুক্তি – ইয়াৰ ফলত আন ধৰ্মাৱলম্বী লোকৰ শান্তি বিঘ্নিত হৈছে আৰু কামত ক্ষতি হৈছে ।

এনে পৰিপ্ৰেক্ষিতত সমাজৰ শুভবুদ্ধি সম্পন্নসকল আগবাঢ়ি অহাটো বাঞ্ছনীয় । এনেবোৰ বিষয় ৰাজনীতিকৰ হাতলৈ এৰি দিয়াৰ পৰিৱৰ্তে নাগৰিক সমাজে মীমাংসা কৰিবলৈ আগবাঢ়ি আহিব লাগিব । সংবিধানে ভাৰতীয় নাগৰিকক নিজস্ব ধৰ্ম পালনৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে; কিন্তু কোনো ধৰ্ম পালনে যাতে আন ধৰ্ম অনুসৰণকাৰীৰ বাবে অসুবিধাৰ সৃষ্টি নকৰে তাৰ প্ৰতিও সচেষ্ট হ’ব লাগিব । গতিকে যিবোৰ বিষয় পৰিহাৰ কৰিলে ধৰ্মপালনত কোনো হীন-ডেঢ়ি নঘটে সেইবোৰ চলাই নিয়াৰ বাবে দৃঢ় হৈ পৰিস্থিতি জটিল নকৰাটোৱে কাম্য । এখন সুশৃংখলিত সমাজ গঢ়িবলৈ ইয়াৰ অংশীদাৰ প্ৰতিটো গোটৰে সহযোগিতাৰ একান্ত প্ৰয়োজন ।

সম্প্ৰতি কেন্দ্ৰৰ উপৰি অধিকাংশ ৰাজ্যতে শাসনাধিষ্ঠিত হৈ থকা হেতুকে সাম্প্ৰতিক পৰিস্থিতিক লৈ বিজেপি সৰ্বাধিক জবাবদিহি হ’ব লাগিব । তদুপৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্বৰ পৰাও সাৰি যাব নোৱাৰিব; কিন্তু এই কথাও ঠিক যে দেশত সাম্প্ৰদায়িক সংঘৰ্ষ বিজেপিয়েই সৃষ্টি কৰা নাই । ইয়াৰ আঁৰৰ ইতিহাস আৰু জটিলতা যথেষ্ট গভীৰ । প্ৰায় প্ৰতিটো দলৰে শাসকসকলত দেশত প্ৰান্তে প্ৰান্তে সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছে । গতিকে দল নিৰ্বিশেষে প্ৰতিখন ৰাজ্য চৰকাৰৰে প্ৰাথমিক দায়িত্ব হৈছে ক্ষিপ্ৰ আৰু কঠোৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ তথা আইনভংগকাৰীক শাস্তি প্ৰদান নিশ্চিত কৰাটো । কিন্তু বিজেপিৰ সংখ্যাগৰিষ্ঠৰ আধিপত্যবাদৰ সাহসতে যে শেহতীয়া উত্তেজনাৰ সৃষ্টি হৈছে তাক অস্বীকাৰ কৰিব নোৱাৰি । সেয়েহে সুশাসন আৰু কৰ্মঠ চৰকাৰৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি প্ৰমাণ কৰিব লাগিব দৰাচলতে তেওঁলোকে কোন দিশে গতি কৰিব বিচাৰে ?

ৰাজনৈতিক ক্ষেত্ৰত একাধিপত্য প্ৰমাণ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে নিশ্চয় এনেবোৰ ঘটনাৰ হেঁচাত নিজৰ লক্ষ্য উদ্দেশ্যৰ পৰা আঁতৰি নাযাব । এই কথাৰ ব্যাখ্যা নিষ্প্ৰয়োজন যে দেশৰ ভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰি বিকাশৰ শ্ল’গান দিয়াটো অৰ্থহীন । অথচ এফালে বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়ে অবাঞ্চিত বক্তব্য প্ৰকাশ কৰি পৰিৱেশ জটিল কৰিছে আৰু আনফালে প্ৰধানমন্ত্ৰী প্ৰমুখ্যে শীৰ্ষতম নেতাসকলে নীৰৱতাক আঁকোৱালি লৈছে । ফলস্বৰূপে সমাজত বিভেদ সৃষ্টিকাৰীসকল উৎসাহিত হোৱাটোৱে স্বাভাৱিক । সেই বাবেই শেহতীয়া সাম্প্ৰদায়িক হিংসাৰ ঘটনাৱলীৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱতাক লৈ বিৰোধী সৰৱ হৈছে । কংগ্ৰেছৰ উপৰি বিভিন্ন ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি বিৰোধী প্ৰায় আটাইবোৰ দলৰ শীৰ্ষ নেতৃত্বক সামৰি ১৩টাকৈ দলে এই শনিবাৰে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছে ।

শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ দেশবাসীক আহ্বান জনাই বিবৃতিত এই হিংসাত জড়িতসকলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ নীৰৱতাত গভীৰ ক্ষোভ প্ৰকাশ কৰা হৈছে । খাদ্য, পোছাক, ধৰ্মীয় বিশ্বাস, উৎসৱ আৰু ভাষাক লৈ সমাজত মেৰুকৰণ কৰিবলৈ শাসক পক্ষ‌ই প্ৰচেষ্টা চলাই অহা বুলি উদ্বেগ প্ৰকাশ কৰিছে বিৰোধী নেতৃত্ব‌ই । কেৱল দেশতেই নহয়, এনেবোৰ সাম্প্ৰদায়িক উত্তেজনাক লৈ আন্তৰ্জাতিক মহলতো সময়ে সময়ে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে মোদী চৰকাৰ ।

যোৱা সপ্তাহত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত ভাৰ্চুৱেল দ্বিপাক্ষিক আলোচনাৰ পাছতে বৈদেশিক সচিব এন্থনী ব্লিংকেনে মানৱাধিকাৰৰ ক্ষেত্ৰত ভাৰতক কঠোৰভাৱে সমালোচনা কৰে । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ উপস্থিতিতে মাৰ্কিন সচিবজনৰ এনে ভাষ্য দেশৰ বাবে অপমানজনকৰূপেই গণ্য কৰা হৈছে । লক্ষ্যণীয়ভাৱে ব্লিংকেনৰ এনে সমালোচনাৰ প্ৰত্যুত্তৰত দুয়োজন ভাৰতীয় মন্ত্ৰী নীৰৱে থকা পৰিলক্ষিত হয় । যোৱা মঙলবাৰে মাৰ্কিন বৈদেশিক পৰিক্ৰমা দপ্তৰে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত কোৱা হয় যে ভাৰতত মুছলমানসকল সাম্প্ৰদায়িক হিংসা আৰু বঞ্চনাৰ বলি হৈছে । উক্ত প্ৰতিবেদনৰ মতে ভাৰতত ‌সংখ্যালঘুসকল বিভিন্ন ধৰণে হাৰাশাস্তিৰ বলি হ’বলগীয়া হৈছে । এনে ধৰণৰ অভিযোগ ভাৰত চৰকাৰে কিদৰে খণ্ডন কৰে তাক লৈ দেশৰ সচেতন মহলে উৎকণ্ঠাৰে বাট চাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DELHIJahangirpuripranjal sen dekaRiot
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d