আজি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ প্ৰচাৰ সভা

▪️পুৱা ১০ বজাত নুনমাটিত বাইক আৰু ই-ৰিক্সা ৰেলী ৷ নেপালীচকৰ পৰা আৰম্ভ হ’ব ৷

▪️দুপৰীয়া ১১ বজাত খাৰঘুলিত বাইক ৰেলী ৷ হেপী ভিলাৰ পৰা আৰম্ভ হ’ব ৷

▪️দিনৰ এক বজাত বাইক ৰেলী, স্থান পাঞ্জাবাৰী ৷ হিতেশ্বৰ শইকীয়া কলেজৰ ওচৰৰ পৰা আৰম্ভ হ’ব ৷

▪️দিনৰ দুই বজাত পদযাত্ৰা, বেলতলা তিনিআলিৰ পৰা আৰম্ভ হৈ হাতীগাঁও সিজুবাৰীলৈ ৷

Exit mobile version