ক’ভিড প্রতিৰােধৰ বাবে পুনৰ কঠোৰ উত্তৰ প্ৰদেশ চৰকাৰ

1291904 covid test new pti

দেশত পুনৰ কৰ’নাৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰাত সতর্ক হ’ল উত্তৰ প্ৰদেশৰ যােগী আদিত্যনাথৰ চৰকাৰ। ইতিমধ্যে যােগী চৰকাৰে ক’ভিড প্ৰতিৰােধৰ বাবে নতুন নির্দেশনা জাৰি কৰিলে।

সংক্রমণ যাতে পুনৰ বৃদ্ধি পাব নােৱাৰে তাৰ বাবে ৰাজ্যখনৰ একাধিক নির্বাচিত স্থানত মাস্ক পৰিধান পুনৰ বাধ্যতামূলক কৰিলে যােগী চৰকাৰে। লক্ষ্ণৌত জনসমাৱেশৰ ক্ষেত্ৰত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে।ৰাজহুৱা স্থান, বজাৰ আদিত জনসাধাৰণে মাস্ক পৰিধান কৰিব লাগিব।

Exit mobile version