ঘৰত অত্যাধিক পয়তাচোৰা ! কেনেকৈ পাব পৰিত্ৰাণ ?

bigstock The Problem In The House Becau 306503365 e1561039175806

★পয়তাচোৰা পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায় হৈছে প্রত্যেক দিনে ভিতৰৰ চাৰিওফালে লগতে ঘৰৰ চৌপাশ চাফা কৈ ৰখা।

★ বেচিন চাফা কৰি ৰাখিব।

★ডাষ্টবিন চাফা কৰি ৰাখিব লাগে ।

★খাদ্যগ্ৰহণ কৰাৰ পাছত লগে লগে বাচন লগে লগে ধুই থব লাগে ।

★ খাদ্য বস্তু যতে ততে পেলাই নথব , ভালদৰে টেমাত ভৰাই থব ।

★বৰিক এচিড ৰ ব্যৱহাৰ কৰি পয়তাচোৰা নাশ কৰিব পাৰি ।

★বেকিং ছদাৰ ব্যৱহাৰ কৰিও পয়তাচোৰা আতৰ কৰিব পাৰি ।

Exit mobile version