আৰম্ভ হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

images

★আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ।

★পুৱা সাত বাজি ৩০মিনিটৰ পৰা আৰম্ভ হৈছে নিৰ্বাচন।

★৭৫৭টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।

★বিয়লি ৪ .৩০ বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ।

Exit mobile version