Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মাজত পুখুৰী সদৃশ গাঁত

জনপ্ৰতিনিধিৰ ওপৰত বিভিন্নজনৰ ক্ষোভ, মানাহ সংযোগী পথক বিশ্ব দৰবাৰত বদনাম নকৰিবলৈ আহ্বান

publisher by publisher
April 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মাজত পুখুৰী সদৃশ গাঁত
1
SHARES
9
VIEWS
ShareShareShareShare

নামনি অসমৰ এখন উল্লেখযোগ্য বাণিজ্যিক নগৰী বৰপেটা ৰোডৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বংশীবাৰী-পূৱ ছাফাকামাৰত পথৰ দূৰাৱস্থাই জ্বলাকলা খুৱাইছে পথাচাৰীৰ লগতে দেশী-বিদেশী পৰ্যটকক ৷ পথছোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত ৷ কিন্তু এইবোৰ দেখিও নেদেখাৰ ভাও ধৰিছে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰী, বিধায়ক কিম্বা স্থানীয় জনপ্ৰতিনিধিসকলে ৷ ৰাইজৰ অভিযোগ, পথছোৱা নিৰ্মাণৰ বাবে ঠিকাদাৰে কিছু কাম কৰিছিল যদিও হেমাহিৰে পথছোৱা আধৰুৱা অৱস্থাতে নিৰ্মাণৰ কাম সামৰি উধাও হৈছে ৷ তৎসত্ত্বেও গুৰুত্ব নাই কোনো এজন জনপ্ৰতিনিধিৰ ৷

ADVERTISEMENT

এইহেন বাৰিষাৰ সময়ত এজাক বৰষুণ আহিলেই পথছোৱা যাতায়াতৰ বাবে ব্যাহত হৈ পৰে ৷ বৰষুণৰ পানীৰে উপচি পৰে পুখুৰী সদৃশ গাঁতবোৰ ৷ এতিয়া এই অৱস্থাৰে চলিছে যাতায়ত ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এই পথেৰেই পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা দেশী-বিদেশী পৰ্যটকৰ সোঁত বয় ৷ যাৰ বাবে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷

RelatedPosts

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

WhatsApp Image 2022 04 25 at 5.56.36 PM

পথছোৱাৰে মৰণত শৰণ দি অহা এগৰাকী আদিবাসী ছাত্ৰ নেতা মানছুখ ছানখাড়িকাই সাংবাদিকৰ আগত কয়, ‘এইয়া এক দুৰ্ভাগ্যজনক ঘটনা ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা-যোৱা কৰা এইটো মূল পথ ৷ কিন্তু আজিও দেশী-বিদেশী পৰ্যটকৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকক জ্বলাকলা খুৱাই আহিছে এই পথটোৱে ৷ পথটোৱে যেন এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ বাবে দুখবৰ হৈ পৰিছে ৷ উদ্যানখনৰ যি সুনাম তাত আঘাত হানিছে একমাত্ৰ এই জৰাজীৰ্ণ পথছোৱাই ৷’

WhatsApp Image 2022 04 25 at 5.56.37 PM 1

চৰকাৰলৈ আহ্বান মানাহলৈ যোৱা এই পথছোৱাৰ কাম যাতে অতি শীঘ্ৰে সমাপন হয় আৰু এই ক্ষেত্ৰত যাতে স্থানীয় অভিভাৱক মন্ত্ৰীগৰাকীয়ে যৎপৰোনাস্তি ব্যৱস্থা হাতত লয় ৷ পথটোৰে আহ-যাহ কৰা আন এগৰাকী সচেতন ব্যক্তিয়ে জৰাজীৰ্ণ পথটো সন্দৰ্ভত কয়, ‘আমাৰ বাবে দুখৰ খবৰ ৷ চৰকাৰে আমাৰ এই মানাহলৈ যোৱা পথটো সূচল কৰাৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিয়ে ৷ চৰকাৰৰ কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়ে পথটো নিৰ্মাণৰ ক্ষেত্ৰত ৷ মই ব্যক্তিগতভাৱে এগৰাকী ঠিকাদাৰক লগ কৰি এই ক্ষেত্ৰত বিতংকৈ জনাইছিলো যদিও একোৱে কামত নাহিল ৷ মই কৈছিলো, এইটো যিহেতু এটা আন্তঃৰাষ্ট্ৰীয় পথ, পথটো পকীকৰণ নকৰিলেও যাতে শিলবালি দি সকলো ৰাইজৰ বাবে কিছু সকাহ দিয়ে ৷’

WhatsApp Image 2022 04 25 at 5.56.37 PM

বংশীবাৰী গাঁৱৰে স্থানীয় বাসিন্দা এগৰাকীৰ মন্তব্য, ‘পথছোৱা ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে লঘু যান বাহনৰ বাবে নামফলকত বৰ বৰ হৰফেৰে লিখা আছেই ৷ মুখ্যপথটো হৈছে বৰপেটা ৰোডৰ পৰা মানাহলৈ ৷ কিন্তু খহনীয়াৰ বাবে মুখ্য পথটোৰে যান বাহন চলাচল কৰিব নোৱাৰাৰ বাবে বংশীবাৰী হৈ এনেকৈ যানবাহনবোৰ চলাচল কৰে ৷ কিন্তু পথটো ডাম্পাৰ বা ট্ৰেক্টৰ জাতীয় যানবাহনৰ বাবে নহয় ৷ পথটোৰে চলাচল কৰা যানবাহনৰ পাটি ভাঙিলে বা টিউব পাম্পচাৰ হ’লে মেৰামতি কৰিব পাৰি কিন্তু পথটোৰে বহু ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ, যদি এজন ছাত্ৰ বা ছাত্ৰীও কেনেবাকৈ মৃত্যুমুখত পৰে তাৰ ক্ষতি চৰকাৰ বা ঠিকাদাৰে বহন কৰিব পাৰিব জানো ৷ ৰঞ্জিত দাস এই সমষ্টিৰ বিধায়ক আছিল, দলৰ সভাপতি হ’ল, মন্ত্ৰী হ’ল ৷ এই পথটোৰে তেওঁ সঘনে আহ-যাহ কৰে । একেদৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা স্থানীয় এমচিএলএ গৌতম দাস তেঁৱো পথটোৰে দিনত চাৰি-পাঁচবাৰ আহ-যাহ কৰে তথাপি কিন্তু পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে তিলমানো গুৰুত্ব নিদিলে ৷ যদিও পথছোৱা চৰকাৰী মাটি নহয়, চৰকাৰে বিচাৰিলে ৰাইজে দিবলৈ প্ৰস্তুত আছে ৷ মুঠতে পথটো যাতায়াতৰ বাবে সূচল হ’ব লাগে ৷’

WhatsApp Image 2022 04 25 at 5.56.38 PM

স্থানীয় এগৰাকী মহিলাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, ‘আমাৰ সাংঘাতিক ধৰণে অসুবিধা হৈছে ৷ পথটোৰ বাবে চোতালত পানী গোট খায় ৷ ওলাই যাবলৈ ৰাস্তা নাই ৷ গৰু-ছাগলী ঘৰৰ পৰা এৰাল দিবলৈ উলিওৱাত দিগদাৰ ৷ বাইককে ধৰি বিভিন্ন সৰু-বৰ গাড়ী ৰাস্তাটোৰ অৱস্থাৰ বাবে প্ৰায়েই দুৰ্ঘটনাত পতিত হয় ৷ মন্ত্ৰী ৰঞ্জিত দাস, গৌতম দাসে এই ক্ষেত্ৰত চাব লাগে ৷ কিন্তু নাচায় ৷’

বিভিন্ন শ্ৰেণীৰ লোক তথা দল সংগঠনে পথছোৱা অচিৰেই মেৰামতিৰ দাবী উত্থাপন কৰি বিশ্ব দৰবাৰত মানাহ অভিমুখী পথৰ বদনাম নাইকিয়া কৰাৰ আশা প্ৰকাশ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gautam DasManas National ParkRanjeet Kumar Dass
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d