Covaxin : জৰুৰী ভিত্তিত ছয়ৰ পৰা ১২ বছৰৰ শিশুক ক’ভেক্সিন ব্যৱহাৰৰ অনুমোদন কেন্দ্রৰ

https cdn.cnn .com cnnnext dam assets 211103212555 covaxin file 0929

জৰুৰী ভিত্তিত ছয়ৰ পৰা ১২ বছৰ বয়সৰ শিশুসকলক টিকা ব্যৱহাৰত অনুমোদন দিলে চৰকাৰে ।

ডিচিজিআই-য়ে জৰুৰী ভিত্তিত এই টিকা ব্যৱহাৰত অনুমোদন দিছে ।

ভাৰত বায়’টেকৰ ক’ভেক্সিন ব্যৱহাৰত এই অনুমতি দিয়া হৈছে ।

Exit mobile version