আজমল সুপাৰ ৪০ৰ সমূহীয়া ইফতাৰত বদৰুদ্দিন আজমল

f664a4de d0b1 4262 a15a 85c387839e5b

পবিত্ৰ ৰমজান মাহৰ শেষৰ দহটা দিনত পবিত্ৰ খানকাহত থাকে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা আজমল ফাউণ্ডেছনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল ।

হোজাই জালালীয়া মাদ্ৰাছাত চলি থকা পবিত্ৰ খানকাহত এখনি সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয় । উক্ত সমূহীয়া ইফাতাৰত ভাগ লয় আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ৪০ৰ বিষয়া তথা অধ্যাপক সকল,।

আজমল ফাউণ্ডেচনৰ সমূহ বিষয়াৰ লগতে আজমল চি এছ আৰৰ অনন্য বিষয়া সকল উপস্থিত থাকে। সমূহীয়া ইফতাৰত বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়।

Exit mobile version