ডিব্ৰুগড়ত আহি উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

download 1 2

হিলৈধাৰী হেলিপেডত অৱতৰণ হেলিকপ্টাৰ।

বিশাল জনসভা সম্বোধন কৰিব মোদীয়ে।

ডিব্ৰুগড়ৰ এএমচিএইচ-ত প্ৰধানমন্ত্ৰী মোদী

অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী মোদী ।

এএমচিএইচ-ৰ কৰ্কট কেন্দ্ৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version