মাত্ৰ ৫০০টকা পাৰিশ্ৰমিক দি ছানিয়া মিৰ্জাৰ পুত্ৰক অভিনয় কৰোৱাইছে ফাৰহাই !

1651313166 sania

ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই বলীউডত আত্মপ্ৰকাশ কৰিব নে নাই সেই অনুমানৰ কোনো অন্ত নাই । তেওঁ পৰিচালক ফাৰাহ খান, অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু অন্যান্যসকলৰ স’তে ঘনিষ্ঠ বন্ধু। কিন্তু তেওঁৰ অভিনয় কেৰিয়াৰ এতিয়াও আৰম্ভ হোৱা নাই।

কিন্তু ছানিয়াৰ পুত্ৰ আৰু পাক ক্ৰিকেটাৰ ছোৱেব মালিকৰ চাৰে তিনি বছৰীয়া পুত্ৰ ইজহান মিৰ্জা মালিকে বলিউডত খোজ পেলাবলৈ আৰম্ভ কৰিছে ।

প্ৰস্তাৱটো আহিছিল বলি তাৰকা ফাৰাহৰ পৰা । কেৱল সেয়াই নহয়, পৰিশ্ৰমিকো লাভ কৰিলে ইজহানে। কিন্তু পৰিশ্ৰমিক মাত্ৰ ৫০০ ?

ফাৰহাই তেওঁৰ ছবিৰ বাবে এজন “নতুন নায়ক” বিচাৰি পোৱা বুলি দাবী কৰে। ফাৰহাই ইজহানৰ স’তে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছে।

ফটোখনত ফাৰহাই ইজানক কোচত লৈ বহি আছে। ইজহানৰ হাতত ৫০০ টকাৰ নোট । ফাৰাহে লিখিছে, “মই মোৰ নতুন নায়কক অতি সস্তাত পাইছো। ইজানে মাত্ৰ ৫০০ টকাত চলচ্চিত্ৰ চুক্তি স্বাক্ষৰ কৰিছে। ফাৰাহে ইজাহনৰ মাক ছানিয়াকো ধন্যবাদ জনাইছিল যে তেওঁ তেওঁৰ পুত্ৰক ইমান কম দৰমহাত ফাৰহাৰ চলচ্চিত্ৰত অভিনয় কৰিবলৈ অনুমতি দিয়ে।

Exit mobile version