দুস্কৃতীকাৰীৰ আক্ৰমণত আহত চেনচেশ্যন কিলি পল

kili Paul 1200

দুস্কৃতীকাৰীৰ হাতত আক্ৰান্ত ইণ্টাৰনেট চেনচেশ্যন কিলি পল। ইনষ্টাগ্ৰামত তেওঁৰ ভগ্নী নীমাৰ স’তে হিন্দী গীতত লিপ-চিংক আৰু নৃত্যৰ ভিডিঅ’ৰ বাবে জনপ্ৰিয় কিলি ।

শেহতীয়াকৈ কিলিয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্টোৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁৰ আঙুলিত বেণ্ডেজ আৰু ভৰিত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে।

তথ্য অনুসৰি অচিনাক্ত ব্যক্তিয়ে চুৰিৰে আক্ৰমণ কৰাৰ লগতে লাঠীৰে গুৰুতৰ ভাবে প্ৰহাৰ কৰিছে কিলি পলক ।বৰ্তমানলৈকে কিলিক কোনে আক্ৰমণ কৰিলে তাৰ বিষয়ে কোনো ধৰণৰ তথ্য লাভ কৰা নাই

Exit mobile version