চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীয়ে ল’ব লাগিব যােগ প্রশিক্ষণ

medicos 1595868457

দেশৰ মেডিকেল শিক্ষানুষ্ঠানসমূহত আৰম্ভ কৰা হ’ব যােগ প্রশিক্ষণ। নেচনেল মেডিকেল কমিচন (এন এম চি)-এ এই কথা প্রকাশ কৰি জনােৱা অনুসৰি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক এঘণ্টাকৈ মেডিকেল শিক্ষানুষ্ঠানত যােগ অভ্যাস আৰু প্রশিক্ষণ গ্রহণ কৰাটো বাধ্যতামূলক হ’ব।

দেশৰ সকলাে মেডিকেল শিক্ষানুষ্ঠানত ১২ জুনৰ পৰা ২১ জুনলৈকে প্রতিদিন যােগাসনৰ প্রশিক্ষণ প্রদান কৰা হ’ব।

Exit mobile version