Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

 দেশৰ সামগ্রিক উৰ্বৰতাৰ হাৰ হ্রাস পাইছে

publisher by publisher
May 7, 2022
in International, News
Reading Time: 1 min read
0
 দেশৰ সামগ্রিক উৰ্বৰতাৰ হাৰ হ্রাস পাইছে
3
SHARES
26
VIEWS
ShareShareShareShare

দেশত হাস পাইছে প্রজননৰ উৰ্বৰতাৰ হাৰ। ইয়াৰ জৰিয়তে প্রতিফলিত হৈছে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহৰ লক্ষ্যণীয় অগ্রগতি। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জীপ (এনএফএইছ এছ-৫)ৰ পঞ্চমলানি প্রতিবেদনত উন্মােচিত তথ্য অনুসৰি ভাৰতৰ সামগ্রিক উৰ্বৰতাৰ হাৰ ২.২ৰ পৰা ২.০ লৈ হ্রাস পাইছে।

ADVERTISEMENT

এগৰাকী মহিলাৰ সন্তানৰ গড় সংখ্যা অনুসৰি এই হাৰ নির্ণয় কৰা হয়। ইয়াৰ পূৰ্বৰ প্রতিবেদনত এই হাৰ আছিল ২.২। প্রতিবেদন অনুসৰি ভাৰতৰ পাঁচখন ৰাজ্যত দেশৰ সামগ্রিক হাৰতকৈ উৰ্বৰতাৰ হাৰ অধিক।এই ৰাজ্যকেইখন হৈছে বিহাৰ (২.৯৮), মেঘালয় (২.৯১), উত্তৰ প্ৰদেশ (২.৩৫), ঝাৰখণ্ড (২.২৬) আৰু মণিপুৰ (২.১৭)।

RelatedPosts

No Content Available

দেশৰ ৭০৭খন জিলাৰ সাত লাখ ২৪ হেজাৰ ১১৫ গৰাকী মহিলা আৰু এক লাখ এহেজাৰ ৮৩৯ জন পুৰুষৰ পৰা তথ্য সংগ্রহৰ জৰিয়তে এই জৰীপ ৰাষ্ট্রজুৰি সম্পন্ন কৰা হৈছে। জৰীপত কোৱা হৈছে যে দেশৰ প্ৰায় সকলাে ৰাজ্যতে গর্ভ নিৰােধকৰ আধুনিক পদ্ধতিৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

পৰিয়াল পৰিকল্পনাৰ বাবে আধুনিক পদ্ধতি অৱলম্বন কৰাৰ হাৰ লক্ষ্যণীয়ভাৱে ১৩ শতাংশ পৰা ন শতাংশ হ্রাস পাইছে। দুটা সন্তানৰ মাজৰ বয়সৰ ব্যৱধান ৰাখিবলৈ আধুনিক গর্ভ নিৰােধক পদ্ধতি ব্যৱহাৰ নকৰাটো পূর্বতে ভাৰতৰ এক গুৰুতৰ সমস্যা আছিল যদিও এতিয়া এই সমস্যা ১০ শতাংশৰ তললৈ হ্রাস পাইছে বুলি ৰাষ্ট্ৰীয় জৰীপৰ বিবৃতিত প্রকাশ।

তদুপৰি দেশৰ প্ৰতিষ্ঠানিক শিশু জন্মৰ হাৰ লক্ষ্যণীয়ভাৱে ৭৯ শতাংশৰ পৰা ৮৯ শতাংশলৈ বৃদ্ধি পাইছে। গ্রামাঞ্চলত ৮৭ শতাংশ শিশু জন্ম হয় হাস্পতালত আৰু নগৰাঞ্চলত এই হাৰ ৯৪ শতাংশ। অৰুণাচল প্রদেশত চিকিৎসালয় আদিত শিশুৰ জন্মৰ হাৰ সর্বাধিক ২৭ শতাংশ বৃদ্ধি পাইছে।

অসম, বিহাৰ, মেঘালয়, চত্তিছগড়, নগালেণ্ড, মণিপুৰ, উত্তৰ প্রদেশ আৰু পশ্চিমবংগত ১০ শতাংশ এই হাৰ বৃদ্ধি পাইছে। বিগত পাঁচবছৰ দেশৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত জৰীপ অনুসৰি,পাঁচবছৰৰ তলৰ শিশুৰ বয়স অনুপাতে উপযুক্তভাৱে বিকাশ নােহােৱাৰ পর্যায় ভাৰতত বিগত চাৰি বছৰত ৩৮ৰ পৰা ৩৬ শতাংশ হৈছে।

গ্রামাঞ্চলত এই হাৰ অধিক (৩৭ শতাংশ) তথা নগৰাঞ্চলত ৩০ শতাংশ। এই পৰিসংখ্যা ২০১৯-২১। বয়স অনুপাতে শিশু সুবিকশিত নােহােৱাৰ ক্ষেত্ৰত সবাতােকৈ তলত আছে পুড়ুচেৰী (২০ শতাংশ) আৰু মেঘালয়ত সর্বাধিক (৪৭ শতাংশ)। পূর্বৱর্তী প্রতিবেদনৰ তুলনাত অধিক ওজন অথবা মেদবহুলতা বর্তমান অধিকাংশ ৰাজ্যতে বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত মহিলাৰ ক্ষেত্ৰত ২১ৰ পৰা এই পৰিসংখ্যা ২৪ লৈ বৃদ্ধি হৈছে তথা পুৰুষৰ ক্ষেত্ৰত ১৯ৰ পৰা ২৩ শতাংশলৈ বৃদ্ধি হৈছে। কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্র প্রদেশ, গােৱা, ছিকিম, মণিপুৰ, দিল্লী, তামিলনাড়ু, পুড়ুচেৰী, পঞ্জাৱ, চণ্ডীগড় আৰু লাক্ষাদ্বীপৰ প্রতি তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকীতকৈ বেছিৰ মেদবহুলতা আছে।

অথবা ওজন অধিক। শিশুৰ ক্ষেত্ৰত প্রতিবেদন অনুসৰি, ১২ৰ পৰা ২৩ মাহৰ ভিতৰত তিনি-চতুর্থাংশ শিশুৰ সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। পূর্বৱর্তী জৰীপত এই পৰিসংখ্যা আছিল ৬২ শতাংশ। লক্ষ্যণীয় যে এই শেহতীয়া জৰীপৰ তথ্যই দাঙি ধৰিছে বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকাংৰ ক্ষেত্ৰত সকলাে ৰাজ্যতে সামগ্রিক উন্নয়নৰ হ্রাস।

সম্প্রতি পৰিয়ালৰ সিদ্ধান্ত গ্রহণৰ মহিলাৰ অংশ দায়িত্ব বৃদ্ধি পাইছে। লাডাখত এই পৰিসংখ্যা ৮০ শতাংশ আৰু নগালেণ্ড তথা মিজোৰামত ৯৯ শতাংশ। গ্রামাঞ্চলত এই পৰিসংখ্যা ৭৭ শতাংশ আৰু নগৰ অঞ্চলত ৮১ শতাংশ অর্থাৎ পার্থক্য সামান্য। আন এক তথ্য অনুসৰি মহিলাৰ বেংকৰ সাঁচতীয়া ধনৰ পৰিমাণ বিগত চাৰি বছৰত ৫৩ শতাংশৰ পৰা ৭৯ শতাংশ বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NFHS5
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d