Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দেশৰ পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হ’ব অসম : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অগপৰ কাৰ্যালয়ত অভিনন্দন অনুষ্ঠান

publisher by publisher
May 8, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
দেশৰ পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হ’ব অসম : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
1
SHARES
9
VIEWS
ShareShareShareShare

পৌৰ সভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজয়ী হোৱা অসম গণ পৰিষদ দলৰ শতাধিক নিৰ্বাচিত প্ৰতিনিধিক আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । এই উদ্দেশ্যে অনুষ্ঠিত হোৱা এক বিশেষ অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।

ADVERTISEMENT

WhatsApp Image 2022 05 08 at 8.19.01 PM

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

Jayanta khaund:অগপ ত্যাগ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিত্ৰজোঁটৰ চৰকাৰখনে বিগত এটা বছৰত নিষ্ঠা আৰু সফলতাৰে অসমৰ ৰাইজৰ হকে সেৱা আগবঢ়াই আহিছে । ৰাজ্যখনৰ জনসাধাৰণৰ যথেষ্ট আশা চৰকাৰখনৰ প্ৰতি আছে । চৰকাৰখন সামূহিক দায়বদ্ধতাৰে জনসাধাৰণৰ কাষত থাকি সেৱা আগবঢ়াবলৈ অংগীকাৰবদ্ধ । চৰকাৰৰ লক্ষ্য দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰা । ইয়াৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে কাম কৰি যোৱাৰ কথা মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে ।

WhatsApp Image 2022 05 08 at 8.19.03 PM 2

অসম গণ পৰিষদ দল সাংগঠনিকভাৱে শক্তিশালী হোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউ পি পি এল ঐক্যবদ্ধভাৱে শক্তিশালী হোৱাটো প্ৰয়োজন । বিগত নিৰ্বাচনৰ ধাৰাবাহিক সফলতাৰ বাবে অসম গণ পৰিষদ দলৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰি সকলোকে চৰকাৰখন শক্তিশালী কৰাত অংশীদাৰ হ’বলৈ আহ্বান জনায় ।

WhatsApp Image 2022 05 08 at 8.19.02 PM

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে উন্নয়ন আৰু বিকাশৰ নতুন বাট ৰচনা কৰিছে বুলি মন্তব্য কৰি দলৰ প্ৰতিজন সদস্যকে দলক সেৱাৰ মাধ্যম হিচাপে লৈ ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত সেৱক হিচাপে কাম কৰিবলৈ আহ্বান জনায় । বৰাই লগতে মুখ্যমন্ত্ৰী শৰ্মাই দলটোৰ প্ৰতি আগবঢ়োৱা আন্তৰিকতা আৰু সন্মানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি, ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতি অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে ।

WhatsApp Image 2022 05 08 at 8.19.04 PM

দলৰ প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিকে ৰাইজৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ বৰাই মুকলি আহ্বান জনায় । অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদাৰ্পনে মিত্ৰতাৰ বান্ধোন অধিক শক্তিশালী কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ দৃঢ় আৰু সঠিক পৰিকল্পনাত ৰাজ্যখনে উন্নয়নৰ সোণোৱালী বাটেৰে অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰে । কাৰ্যকৰী সভাপতি মহন্তই প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিকে শুভেচ্ছা জ্ঞাপন কৰে ।

WhatsApp Image 2022 05 08 at 8.19.03 PM

সভাত দলটোৰ জ্যেষ্ঠ নেতৃবৰ্গ, বিধায়কসকল, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল আৰু বহু সংখ্যক দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে । অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক মনোজ শইকীয়াই । এই অনুষ্ঠানত শতাধিক পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচিত প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয় । অভিনন্দন অনুষ্ঠানৰ পূৰ্বে অসম যুৱ পৰিষদৰ উদ্যোগত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

WhatsApp Image 2022 05 08 at 8.19.02 PM 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AgpAtul BoraBJPGuwahati MunicipalHimanta Biswa Sarma
publisher

publisher

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d