ৰোগ প্ৰতিৰোধৰ বাবে নিচিন্তমনে খাওক কেৰেলা

1576831671 Karela nutrition big 1

★কেৰেলা খালে ছালখন সতেজ আৰু চর্দি শক্তি স্বাভাৱিক হৈ থাকে। ভিটামিন ‘এ’ৰ বাবে এয়া সম্ভৱ।

★ইয়াত থকা কেটচিন, গালিক এচিড়, এপিকেটচিন আৰু ক্ল’জেনিক এচিড হ’ল শক্তিশালী এন্টি অক্সিডেন্ট ।এনেধৰণৰ এন্টি অক্সিডেন্ট কোষ ধ্বংসৰ পৰা ৰক্ষা কৰে।

★তিতা কেৰেলাত কম পৰিমাণে কেলৰি থকাৰ বিপৰীতে বেছি পৰিমাণে ফাইবাৰ থাকে।

★ তেজত শৰ্কৰাৰ পৰিমাণ হ্রাস কৰাত সহায় কৰে। ভাৰতৰ বিভিন্ন ঠাইত পৰম্পৰাগত ঔষধ আদিত তিতা কেৰেলা ব্যৱহাৰ কৰি শৰ্কৰা নিয়ন্ত্রণ কৰাৰ বিষয়ে তথ্য পােৱা যায়। বিশেষকৈ আদিবাসী লােকসকলৰ মাজত এনে পৰম্পৰা চলি আহিছে। শেহতীয়াভাৱে বিভিন্ন গৱেষণাতাে অধ্যয়নকাৰীসকলে এনেধৰণৰ তথ্য
লাভ কৰিছে।

★তিতা কেৰেলাত কৰ্কট ৰােগ প্ৰতিৰােধ কৰিব পৰা ক্ষমতা থাকে পেট, ক’লন আৰু হাঁওফাঁওৰ কৰ্কট সহায় কৰে। ভাৰতৰ বিভিন্ন ঠাইত পৰম্পৰাগত ঔষধ আদিত তিতা কেৰেলা ব্যৱহাৰ কৰি শৰ্কৰা নিয়ন্ত্রণ কৰাৰ বিষয়ে তথ্য পােৱা যায়। বিশেষকৈ আদিবাসী লােকসকলৰ মাজত এনে পৰম্পৰা চলি আহিছে। শেহতীয়াভাৱে বিভিন্ন গৱেষণাতাে অধ্যয়নকাৰীসকলে এনেধৰণৰ তথ্য লাভ কৰিছে।

★তিতা কেৰেলাত কৰ্কট ৰােগ প্ৰতিৰােধ কৰিব পৰা ক্ষমতা থাকে পেট, ক’লন আৰু হাঁওফাঁওৰ কৰ্কট

Exit mobile version