গোসাইগাৱঁত ডাইনীৰ সন্দেহত মহিলাক হত্যা

মহিলা গৰাকী মোহনপুৰ নিবাসী অঞ্জলী মুৰ্মু(৪৫)।

গোসাইগাঁওৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ হত্যাকাৰী তিনিজনক আটক কৰে।

ধৃত তিনিজন ক্ৰমে সুনিল মাৰ্ডী(১৬) হোপনা হেমব্ৰম(১৬),প্ৰবিনছন কিস্কু(৩০)

ছাকেল হেমব্ৰম(৩০) পলাতক।

Exit mobile version