কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা

বোকাজানৰ ডিলাইত প্ৰায় দুই কেজি ড্ৰাগছ জব্দ।

ডিলাইৰ ১২ মাইলত আৰক্ষীৰ বিশেষ নাকা তালাচীত জব্দ ড্ৰাগছখিনি।

ডিমাপুৰৰ দিশৰ পৰা অহা এখন মাৰুটি চিয়াজ গাড়ীত আনিছিল ড্ৰাগছখিনি।

মাৰুটি চিয়াজখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৫২ টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ।

মণিপুৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰী লানাহমাই ষ্টেফেন আৰু ৰকো বাইপ’ ক আটক কৰে ডিলাই আৰক্ষীয়ে।

জব্দকিত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৪ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Exit mobile version