মূল্যবৃদ্ধিৰ প্ৰতিবাদত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আজি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী

অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই।

প্ৰতিবাদকাৰীসকলে মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিহ্ৰাস কৰক , বজাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰ ‘গ’বেক ,দুখীয়াৰ শত্ৰু বিজেপি চৰকাৰ মূর্দাবাদ ,আদি শ্লোগানৰে উত্তোল কৰি তোলে ।

Exit mobile version