কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

WhatsApp Image 2022 05 12 at 2.34.14 PM

ঘোষিত হ’ল কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন

আঠ জুনত হ’ব নিৰ্বাচন

১২ জুনত হ’ব ভোটগণনা

২৩ মে’ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন

মনোনয়নপত্ৰ পৰীক্ষণৰ দিন ২৪ মে’

২৪ মে’ তাৰিখে মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

২৬টা সমষ্টিত হ’ব নিৰ্বাচন

মুঠ ভোটাৰৰ সংখ্যা সাত লাখ তিনি হেজাৰ ২৯৮ জন

মুঠ পুৰুষ ভোটাৰ তিনি লাখ ৫৫ হেজাৰ ৫০৩ জন

মুঠ মহিলা ভোটাৰ তিনি লাখ ৪৭ হেজাৰ ৭৯০ গৰাকী

মুঠ তৃতীয় লিংগৰ ভোটাৰ পাঁচগৰাকী

মুঠ ভোট কেন্দ্ৰ ৯০৬ টা

সৰ্বাধিক ভোটাৰ থকা সমষ্টি লুম্বাজং ভোটাৰৰ সংখ্যা ৬৯,৮১৫

সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি সৰুপথাৰৰ বোকাজান ভোটাৰৰ সংখ্যা ১০,১২৮

অতি স্পৰ্শকাটৰ ভোটকেন্দ্ৰ ৫৭ টা

স্পৰ্শকাতৰ ভোটকেন্দ্ৰ ৩২৫ টা

একোজন প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব চাৰি লাখ ৫০ হেজাৰ টকা ।

Exit mobile version