মহানগৰৰ চচলত প্ৰশাসনৰ উচ্ছেদ অভিযান

Sonitpur

মহানগৰৰ চচলত আজি পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ।

জেচিবি-ৰে অঞ্চলটোৰ ঘৰ, গছ-গছনি ভাঙি চূড়মাৰ কৰি দিয়ে ।

অঞ্চলবাসীৰ অভিযোগ যে কোনো জাননী নোহোৱাকৈয়ে চৰকাৰে এই অভিযান চলাইছে ।

Exit mobile version