খানাপাৰাত বিশাল নিযুক্তি সমাৰোহ

e6b36b1d 070e 42b4 8aa0 abbac03cba41

আজি খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি সমাৰোহ ।

এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ প্ৰথমটো খোজ ।

১১ টা বিভাগত প্ৰায় ২৩ হেজাৰক নিযুক্তি পত্ৰ বিতৰণ ।

নিযুক্তি সমাৰোহত উপস্থিত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

১৭ গৰাকীক নিজে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জুলাই মাহৰ ১৫ তাৰিখৰ আগত পুনৰ সাত-আঠ হেজাৰ পদত দিয়া হ’ব নতুন নিযুক্তি ।

জুলাই মাহত শেষৰ সপ্তাহত পুনৰ ২৬ হেজাৰ পদৰ বাবে অনুষ্ঠিত হ’ব নিযুক্তিৰ পৰীক্ষা।

Exit mobile version