আজি খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি সমাৰোহ ।
এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ প্ৰথমটো খোজ ।
১১ টা বিভাগত প্ৰায় ২৩ হেজাৰক নিযুক্তি পত্ৰ বিতৰণ ।
নিযুক্তি সমাৰোহত উপস্থিত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।
১৭ গৰাকীক নিজে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
জুলাই মাহৰ ১৫ তাৰিখৰ আগত পুনৰ সাত-আঠ হেজাৰ পদত দিয়া হ’ব নতুন নিযুক্তি ।
জুলাই মাহত শেষৰ সপ্তাহত পুনৰ ২৬ হেজাৰ পদৰ বাবে অনুষ্ঠিত হ’ব নিযুক্তিৰ পৰীক্ষা।