ত্ৰিপুৰাৰ বিজেপিৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

1652525720 biplab

পদত্যাগ কৰিলে ত্ৰিপুৰাৰ বিজেপিৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। এশাৰীৰ এখন পত্ৰ লিখি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

হঠাৎ বিপ্লৱে কিয় এনেদৰে পদত্যাগ কৰিছে তাক লৈ এতিয়া যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে । ত্ৰিপুৰাৰ ৰাজনীতিতো সৃষ্টি হৈছে বহু জল্পনা-কল্পনা ।

Exit mobile version