কোকৰাঝাৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চাৰিজন অসুস্থ

0478e70d 94c3 468f a972 8527020ef71b

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত কাঠফুলা ভক্ষণ কৰি অসুস্থ্য চাৰিজন পুৰুষ মহিলা। অসুস্থ হোৱা লোক চাৰিগৰাকী হ’ল মনাকোছা গাঁৱৰ সোনাথি ব্ৰহ্ম , বানু ব্ৰহ্ম , অলংবাৰ ব্ৰহ্ম আৰু যদুমণি গাঁৱৰ ধজেন ৰায় ।

ADVERTISEMENT

তথ্য অনুসৰি জংঘলৰ পৰা বুটলি অনা কাঠফুলা খাই অসুস্থ্য হৈ পৰে লোককেইজন । প্ৰথমতে লোক কেইজনক ফকিৰাগ্ৰাম চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Exit mobile version