Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভাগীয় অভিযন্তাৰ পৰা অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

বিভাগীয় অভিযন্তাক বাৰিষাৰ সময়খিনিত ২৪ ঘন্টাই সষ্টম হৈ থাকি কাম কৰিবলৈ আহ্বান

publisher by publisher
May 19, 2022
in Assam, India, News
Reading Time: 1 min read
0
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভাগীয় অভিযন্তাৰ পৰা অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই
1
SHARES
10
VIEWS
ShareShareShareShare

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত কাৰ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, এছ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অসমৰ প্ৰতিখন জিলা আৰু সংমণ্ডলৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ স’তে অসমৰ বানপানীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে এই বৈঠকত জিলাসমূহৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীকে বানপানীৰ এই সময়ছোৱাত ২৪ ঘণ্টাই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ।

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক বানপানীৰ সময়ছোৱাত জলসম্পদ বিভাগৰ বাহিৰেও অন্যান্য বিভাগৰ দ্বাৰা নিৰ্মিত বান্ধ সমূহতো সমানে দৃষ্টি ৰাখি প্ৰয়োজনীয় কাৰ্যপন্থা হাতত ল’বলৈ আহ্বান জনায় । “অপোনালোক সকলোৱে ২৪ ঘন্টাই নিৰীক্ষণত ৰাখি মথাউৰি যাতে নাভাঙে সেয়া মন কৰিব আৰু পানী অলপ কমি যোৱাৰ লগে লগে ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ তৎক্ষণাত মেৰামতি কৰিব”, মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক উদ্দেশ্যি নিৰ্দেশ দিয়ে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

আনহাতে, শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখন বানৰ প্ৰকোপত থকাৰ সময়ত বিভিন্ন স্থানত বিভিন্ন বিভাগৰ দ্বাৰা নিৰ্মিত মথাউৰি অথবা বান্ধসমূহ ক্ষতিগ্ৰস্ত হৈ কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰা বিষয়টোক বিশেষভাৱে গুৰুত্ব দি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক কয় যে বান্ধ যি বিভাগৰে নহওক কিয়, বানপানীৰ সময়ত জলসম্পদ বিভাগে এই বান্ধসমূহৰ ওপৰতো নজৰ ৰাখিব আৰু প্ৰয়োজন অনুসৰি জৰুৰীকালীনভাৱে বান্ধ মেৰামতিৰ ব্যৱস্থা কৰি জনসাধাৰণক বানৰ পৰা কিছু ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিব । যিকোনো জৰুৰী অৱস্থাত মন্ত্ৰীগৰাকীক পোনপটীয়াকৈ যোগাযোগ কৰি সকলো খবৰ দি থাকিবৰ বাবেও তেওঁ অভিযন্তাসকলক নিৰ্দেশ দিয়ে আৰু কয় যে আপাতকালীন ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো সাহাৰ্য বিভাগৰ বৰমূৰীয়াসকলে জিলা আৰু সংমণ্ডলসমূহলৈ সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰিব ।

মূলত: এই সময়ছোৱাত মথাউৰিৰ সুৰক্ষাৰ দিশটোৱেই সকলোৱে প্ৰাধান্য দিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক নিৰ্দেশ দিয়ে । শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰি চৌহদৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল’বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিছিল । আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে এই বিষয়ে খবৰ লৈ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা কৃত্ৰিম বানপানী উলিয়াই নিয়াত সফল হোৱা বাবে বিভাগীয় কৰ্তৃপক্ষৰ কামৰ শলাগ লয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamFloodPijush Hazarika
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d