Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Diabetes in Summer : গ্ৰীষ্মকালত কোন বিষয়ত অতিৰিক্ত সতর্ক হ’ব লাগিব ডায়েবিটিছ ৰোগীসকলে

publisher by publisher
May 19, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Diabetes in Summer : গ্ৰীষ্মকালত কোন বিষয়ত অতিৰিক্ত সতর্ক হ’ব লাগিব ডায়েবিটিছ ৰোগীসকলে
2
SHARES
22
VIEWS
ShareShareShareShare

গৰম যিমানে বঢ়িছে, সিমানে বাঢ়িছে অস্বস্তি । কিন্তু সাধাৰণ মানুহৰ তুলনাত ডায়েবিটিছ ৰোগীসকলৰ বাবে এই সময়খিনি অধিক কঠিন । বিশেষকৈ গ্ৰীষ্মকালত শৰীৰচর্চাৰ অভাৱ আৰু দৈনন্দিন জীৱনৰ নিয়ম মানি নচলা মধুমেহ ৰোগীসকলৰ বাবে একেবাৰে ভাল নহয় । লগতে পানীৰ নাটনি । ফলত ডায়েবিটিছ ৰোগীসকলৰ বাবে গ্ৰীষ্মকাল খুবেই বিপজ্জনক হ’ব পাৰে । কোন কোন বিষয়ত এই সময়ত অতিৰিক্ত সতর্ক হ’ব লাগিব ডায়েবিটিছ ৰোগীসকলে ।

ADVERTISEMENT

১। পুষ্টি নিয়ন্ত্রণ : গৰমত বহু সময়তেই খোৱা-বোৱাৰ অনীহা দেখা দিয়ে । কিন্তু ডায়েবিটিছ ৰোগীসকলৰ শৰীৰত শক্তি সৰবৰাহকাৰী মেক্র’নিউট্রিয়েন্টবোৰৰ মাজত ভাৰসাম্য বজায় ৰখা অত্যন্ত জৰুৰী । ইয়াৰ ভিতৰত আছে কার্বহাইড্রেট, প্র’টিন আৰু ফেট । এবাৰতে খাব মন নগ’লে বাৰেবাৰে কম কম পৰিমাণে খাব পাৰে । এই সময়ছোৱাত তেল-মচলা জাতীয় খাদ্য পৰিহাৰ কৰাই বিচক্ষণতাৰ কাম । লগতে, ফাইবাৰ সমৃদ্ধ খাদ্য অধিক পৰিমাণে খাব লাগিব ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

২। শাৰীৰিক সক্রিয়তা : গৃষ্মকালত শৰীৰচর্চা কৰা সঁচাকৈয়ে অসুবিধাজনক । বিশেষ কৈ বাহিৰত ঘূৰি-ফূৰা অত্যন্ত শ্রমসাধ্য বিষয় হৈ পৰে এই সময়ত । সেয়ে চেষ্টা কৰক ঘৰৰ ভিতৰতেই শৰীৰচর্চা কৰাৰ । ১৫ মিনিটৰ পৰিমিত ব্যায়ামেও শর্কৰাৰ স্তৰক প্রভাৱিত কৰিব পাৰে । অৰ্থাৎ যিমানেই অলস লাগক, কম পৰিমাণে হ’লেও শৰীৰচর্চা কৰিব‌ই লাগিব ।

৩। পর্যাপ্ত পানী খাওক : সুস্থ্য মানুহৰ তুলনাত ডায়েবিটিছ ৰোগীসকলৰ ‘ডিহাইড্রেছন’-ৰ শংকা অধিক । শৰীৰত পানীৰ নাটনি হ’লে শর্কৰাৰ ভাৰসাম্য হেৰুৱাৰ লগতে, বিভিন্ন খনিজ পদার্থৰ ভাৰসাম্যও হেৰফেৰ হয় । সেয়ে পৰিমিত পৰিমাণে পানী খোৱা আৱশ্যক । অৱশ্যে অধিক নৰম পানীয় তথা চাহ-কফি পান কৰা উচিত নহয় । ইয়াৰ ফলত জলশূন্যতাৰ শংকা আৰু বাঢ়ি যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiabetesHealthSummer
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d