Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Indian Economy : চলিত বছৰত ভাৰতীয় অর্থনীতি বৃদ্ধিৰ সম্ভাৱনা ৬.৪ শতাংশ, পূর্বাভাস ৰাষ্ট্ৰসংঘৰ

publisher by publisher
May 19, 2022
in Business, India, News
Reading Time: 1 min read
0
Indian Economy : চলিত বছৰত ভাৰতীয় অর্থনীতি বৃদ্ধিৰ সম্ভাৱনা ৬.৪ শতাংশ, পূর্বাভাস ৰাষ্ট্ৰসংঘৰ
1
SHARES
6
VIEWS
ShareShareShareShare

কৰ’নাৰ অভিকেন্দ্ৰ সত্ত্বেও ২০২২ত ভাৰতৰ আর্থিক বৃদ্ধিৰ সম্ভাব্য হাৰ ৬.৪ শতাংশ হোৱাৰ সম্ভাৱনা । বৃহস্পতিবাৰে এই পূর্বাভাস পোৱা গৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত । বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ৭.৩ শতাংশ পূর্বাভাস দিয়া হৈছিল । কিন্তু ইয়াৰ পৰিৱৰ্তে বৃদ্ধিৰ হাৰ আছিল ৮.৮ শতাংশ । এইবাৰো ‘প্রকৃত ফল’ পূর্বাভাসৰ তুলনাত ভাল হ’ব বুলি কেন্দ্রীয় বিত্তমন্ত্রণালয় সূত্রে খবৰ ।

ADVERTISEMENT

ক’ভিড-১৯ অতিমাৰীৰ প্ৰকোপত ভাৰতীয় অর্থনীতি সংকটত পৰিলেও অন্য দেশৰ তুলনাত ভাল বুলি জনোৱা হৈছে ৰাষ্ট্ৰসংঘৰ ‘ৱর্ল্ড ইকনমিক ছিচুৱেছন এণ্ড প্রছপেক্টছ-২০২২’ শীর্ষক এই প্ৰতিবেদনত । অৱশ্যে মুদ্রাস্ফীতি আৰু শ্রমৰ বজাৰত অসাম্যতাৰ বাবে ভাৰতৰ বজাৰত প্রত্যাশিত বিনিয়োগ নোহোৱাৰ শংকা আছে বুলিও ইংগিত দিয়া হৈছে ।

RelatedPosts

চীন-আমেৰিকাতকৈও অধিক ! চলিত বৰ্ষৰ ভাৰতত বৃদ্ধি ৬.৩ শতাংশ , আশা ৰাষ্ট্ৰসংঘৰ 

Baloch writer claims independence from Pak: পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ

Israel could attack Iran’s oil production facilities:ইৰানৰ তেল উৎপাদন কেন্দ্রত আক্ৰমণ কৰিব পাৰে ইজৰাইলে

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ প্রভাৱত বিশ্বজুৰি অর্থনীতিত নেতিবাচক প্রভাৱ পৰিলেও নতুন দিল্লীয়ে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সফল হৈছে বুলি জনাই প্ৰতিবেদনত কোৱা হৈছে, ‘এতিয়াও আর্থিক বৃদ্ধিৰ হাৰত প্ৰথম নম্বৰতে আছে ভাৰত ।’

অৱশ্যে অতিমাৰীৰ প্ৰকোপত বিপর্যস্ত ভাৰতীয় অর্থনীতিৰ ‘ক্ষত’ সম্পূৰ্ণ সুস্থ হ’বলৈ এতিয়াও সময় লাগিব বুলি জনাইছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে । কোৱা হৈছে, যদি বিনিয়োগৰ মাধ্যমত অর্থনীতি পুনৰুদ্ধাৰৰ চেষ্টা আৰম্ভ নহয়, তেন্তে দীর্ঘদিনলৈ মন্দাৰ প্রভাৱ অব্যাহত থাকিব ।

ৰাষ্ট্ৰসংঘৰ আর্থিক আৰু সামাজিক বিষয় সংক্রান্ত সমীক্ষক দলৰ প্রধান হামিদ ৰশিদে এই প্ৰতিবেদন প্রকাশ কৰি জনাইছে, বিশ্বজুৰি মুদ্রাস্ফীতিৰ পৰিস্থিতিত ভাৰতসহ দক্ষিণ আৰু পূৱ এছিয়াৰ দেশসমূহৰ আর্থিক পৰিস্থিতি কিছু সবল হৈছে । তেওঁ কয়, ‘‘এটা অর্থত ক’বলৈ গ’লে অন্য অনেক দেশৰ তুলনাত ভাৰত ভাল অৱস্থানত আছে । অৱশ্যে আৰু আগবাঢ়িবলৈ কঠোৰ আর্থিক নীতি অনুসৰণ কৰিব লাগিব ।’’

প্রসংগত, কৰ’না পৰিস্থিতিৰ আগতেই ভাৰতীয় অর্থনীতিৰ অধোগতি আৰম্ভ হৈছিল । ২০১৯ত আর্থিক বৃদ্ধিৰ হাৰ নামি আহিছিল ৪.৭ শতাংশত । ২০২০ত চাৰে ন শতাংশৰো অধিক বৃদ্ধিৰ পূর্বাভাস দিয়া হয় যদিও অতিমাৰী পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian EconomyUnited Nations
publisher

publisher

Related Posts

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d