মহিলা নিউজ এংকৰক মুখ ঢাকি বাতৰি পৰিবেশনৰ নিৰ্দেশ তালিবান চৰকাৰৰ

download 1 6

তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা দেশখনৰ মহিলাৰ বিৰুদ্ধে এটাৰ পাছত আন এটা নিষেধাজ্ঞা আৰোপ কৰি আহিছে।

ADVERTISEMENT

এইবাৰ তালিবান চৰকাৰে আফগান টেলিভিছন চেনেলত কৰ্মৰত মহিলা এংকৰক অনুষ্ঠান পৰিৱেশনৰ সময়ত চেহেৰা ঢাকি ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিলে।

তালিবানৰ তথ্য আৰু সাংস্কৃতিক মন্ত্রণালয়ে এক বিবৃতিত নির্দেশনা জাৰি কৰি কয় যে দেশখনৰ সকলো টেলিভিছন চেনেলত মহিলা এংকৰে অনুষ্ঠান পৰিবেশনৰ সময়ত নিজৰ চেহেৰা ঢাকি ৰাখিব লাগিব।

Exit mobile version