বটদ্ৰৱাৰ আৰক্ষী থানা জ্বলাই দিয়া কাৰ্যক গৰিহণা বিধায়ক ৰফিকুল ইছলামৰ

বটদ্ৰৱাৰ আৰক্ষী থানা জ্বলাই দিয়া কাৰ্যক গৰিহণা দিছে জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে ৷ আইন সকলোৰে বাবে সমান ৷ এই ক্ষেত্ৰত তদন্ত সাপেক্ষে দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

প্ৰাথমিক তদন্তত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰিছে যদিও তদন্ত সাপেক্ষে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে ৷

Exit mobile version