মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

মহানগৰী হাতীগাঁৱৰ ফ্রেইণ্ডছ পথৰ গৃহ নং ৪২ত এই হত্যাকাণ্ড ।আব্দুল হক নামৰ এজন অভিযন্তাৰ বাসগৃহত সংঘটিত হয় এই হত্যাকাণ্ড ।

প্রাথমিক তদন্তৰ মতে, ডকাইতি কৰি হত্যাৰ সন্দেহ।

Exit mobile version