ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

sipajhar accident 16533650364x3 1

ছিপাঝাৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা।

তীব্রবেগী ট্ৰাকে মহতিয়াই নিলে আঠজনকৈ প্ৰাতঃভ্ৰমণকাৰীক।

ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা সকল দুজন যুৱক ।

আন চাৰিজন লোক গুৰুতৰভাৱে আহত ।তেওঁলোকক জিএমচিএছ-ত ভৰ্তি কৰোৱা হয় ।

Exit mobile version