চিৰাঙৰ ছাতিপুৰত ভয়ংকৰ ঘটনা

দুটি কণমানি শিশুক গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন ব্যক্তিৰ

dc0c0742 9eb5 4a99 98e7 4a9d065f197d

চিৰাঙৰ ছাতিপুৰত সংঘটিত হৈ ভয়নকৰ ঘটনা । সামান্য কথাৰ বাবেই এজন লোকে কেমেৰাৰ সন্মুখতে প্ৰহাৰ কৰে দুই শিশুক । দোকানৰ পৰা নোকোৱাকৈ খোৱাৰ অভিযোগত গুৰুলা গুৰুলকৈ প্ৰহাৰৰ কৰে আকতাৰ হুছেইন নামৰ এজন লোকে।

তথ্য অনুসৰি, শিশু দুজনে আকতাৰ হুছেইন নামৰ ব্যক্তিজনৰ দোকানৰ পৰা ক’লড্ৰিংছ আৰু কণী খোৱাৰ বাবে নিৰ্মম ভাৱে প্ৰহাৰ কৰে শিশু দুটাক।

ন্যায় বিচাৰি পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত ঢালিগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। তাৰ পাছতে ঢালিগাঁও আৰক্ষীয়ে অভিযুক্ত আকতাৰ হুছেইনক আটক কৰে ।

Exit mobile version