বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মুখ বন্ধ কৰিবলৈ বিজেপি চৰকাৰে আৰম্ভ কৰা নিকৃষ্ট ৰাজনীতিৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত গুৱাহাটীত বিশাল সমদল ওলিওৱা হয় ।

ADVERTISEMENT
Exit mobile version