নগাঁৱৰ তিনি ৰাজহ চক্ৰৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা

mkthp8k assam flood ani

নগাঁও জিলাৰ বান পৰিস্থিতি ক্ৰমশ ভয়াৱহ হৈ উঠিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা প্ৰশাসনে জিলাখনৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে নগাঁও সদৰ, ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ এলেকাধীন চৰকাৰী, বেচৰকাৰী সকলো শিক্ষানুস্থান আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ ঘোষণা কৰিছে ।

Exit mobile version