বানাক্ৰান্তৰ বুজ ল’বলৈ গৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন বিধায়ক ড৹ ৰফিকুল ইছলাম

নিজ সমষ্টিৰ গোবিন্দপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মিলন বজাৰত ৰাইজৰ ক্ষোভৰ সন্মুখীন জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলাম ।

প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ অভিযোগত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ।

বানাক্ৰান্তৰ বুজ ল’বলৈ গৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলাম ।

Exit mobile version