অভিনেতা কিশোৰ দাসৰ দেহাৱসান

175126146 3778130345638586 7729671677241605456 n 164594670016x9 1

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ আজি মৃত্যু হয় ।

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন ।

পাছলৈ ক’ভিডতো আক্ৰান্ত হয় ।

চেন্নাইৰ ব্যক্তিগত কেন্সাৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে ।

অসমীয়া ছবি, ধাৰাবাহিকত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিছিল অভিনেতাজনে ।

শেহতীয়াকৈ কিশোৰৰ এখন ছবি “দাদা তুমি দুষ্ট বৰ” মুক্তি পাইছে ।

জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুত চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে ।

Exit mobile version