তিনি খান-অক্ষয়ে পাৰিশ্ৰমিক হিচাপে বিচাৰে ১৫০ কোটি টকা 

70204428

বৰ্তমানৰ সময়ত বলিউডত সৰ্বাধিক পাৰিশ্ৰমিক কোন অভিনেতাই লাভ কৰে? প্ৰতিবেদনৰ তথ্য অনুসৰি,বলিউত ছলমান খান, শ্বাহৰুখ খান, আমিৰ খান আৰু অক্ষয় কুমাৰে প্ৰতিখন ছবিত অভিনয়ৰ বাবে ১৫০ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰি আহিছে। সাধাৰণতে অভিনেতা অক্ষয়ে প্ৰতি ছবিত অভিনয়ৰ বাবদ কমেও ১০০ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰাৰ লগতে ছবিৰ উপাৰ্জনৰ এক অংশ দাবী কৰে।

শ্বাহৰুখ, আমিৰ আৰু ছলমানেও একেদৰে পাৰিশ্ৰমিকৰ ল গতে ছবিৰ ব্যৱসায়ৰ এক নিৰ্দিষ্ট অংশ প্ৰযোজকৰ পৰা লাভ কৰি আহিছে। বলিউৰ আন এজন জনপ্ৰিয় অভিনেতা ৰণবীৰ সঙে এখন ছবত অভিনয়ৰ বাবদ ৪৫ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰে। বৰ্তমানে অভিনেতা বৰুণ ধৱনে ৩৫ কোটিটকা আৰু কাৰ্তিক আৰিয়ানে ২১ কোটি টকাৰ পাৰিশ্ৰমিক দাবী কৰে।

Exit mobile version