মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

WhatsApp Image 2022 07 28 at 6.56.38 PM

কিছুদিন পূৰ্বে মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰী বাসগৃহৰ পৰা অসহায় অৱস্থাত এগৰাকী মহিলা উদ্ধাৰ হয় । এজন জোৱানে চাকৰিৰ প্ৰলোভনেৰে মহিলাগৰাকীক আবদ্ধ কৰি ৰখাৰ অভিযোগ উঠিছিল ।

ADVERTISEMENT

আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । দলৰ সদস্যাসকলে মন্ত্ৰী নেওগৰ প্ৰতিমূৰ্ত্তি দাহ কৰে আৰু তেওঁৰ পদত্যাগ কৰে ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে জোৱানৰ বিৰুদ্ধে বিহিত পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Exit mobile version