Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জেহাদী সংগঠনৰ লগত জড়িত থকা অভিযোগত মৈৰাবাৰীত মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ, সাতজন আটক

ম'বাইল ফোন, বেংক পাচবুক, পাৰ্ছপৰ্ট জব্দ

publisher by publisher
July 28, 2022
in Assam, India, News
Reading Time: 1 min read
0
জেহাদী সংগঠনৰ লগত জড়িত থকা অভিযোগত মৈৰাবাৰীত মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ, সাতজন আটক
2
SHARES
18
VIEWS
ShareShareShareShare

মৰিগাঁও আৰক্ষীৰ এটা অভিযানকাৰী দলে জেহাদী সংগঠনৰ লগত জড়িত থকাৰ তথ্যৰ ভিত্তিত অভিযান চলাই মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়াপামস্থিত জমিৰুল হুদা নামৰ মাদ্ৰাছাৰ শিক্ষক মুফটি মোস্তাফাক গ্ৰেপ্তাৰ কৰা লগতে জেহাদী সংগঠনৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত সাতজন লোকক সোধ-পোচৰ বাবে আটক কৰা ঘটনাত সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে আজি সংবাদমেল অনুষ্ঠিত কৰি মৈৰাবাৰী অঞ্চলত জেহাদী কাৰ্যকালাপ চলি থকা তথ্য সদৰী কৰাৰ লগতে এক বিশেষ অভিযান চলাই জেহাদী সংগঠনৰ স’তে জড়িত এগৰাকী মাদ্ৰাছা শিক্ষকক গ্ৰেপ্তাৰ কৰে । তেওঁৰ লগতে জেহাদী কাৰ্যকালাপত জড়িত থকাৰ সন্দেহত সাতজন লোকক সোধ-পোচৰ বাবে আটক কৰা বুলি প্ৰকাশ কৰিছে ।

ADVERTISEMENT

উল্লেখযোগ্য যে মৈৰাবাৰী চহৰীয়া পামৰ জমিউল হুদা মাদ্রাছাৰ পৰা গ্ৰেপ্তাৰ কৰা মুফতি মুস্তাফাৰ আনচাৰউল্লা বাংলা টিমৰ লগত প্ৰত্যক্ষ যোগাযোগত থকাৰ উপৰিও ২০১৯ চনৰ পৰা আনচাৰউল্লা বাংলা টিমৰ সক্ৰিয় জেহাদী সদস্য আমিৰুদ্দিন আনচাৰী আৰু মামুন ৰছিদৰ পৰা বিত্তীয় লেনদেন কৰাৰ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰিছে মৰিগাঁও আৰক্ষীয়ে । তদুপৰি উক্ত গ্ৰেপ্তাৰ হোৱা জেহাদী মুফটি মোস্তাফাই ২০১৯ত নিজৰ মাদ্ৰাছাত বৰ্হিৰাষ্ট্ৰৰ সন্দেহযুক্ত জেহাদী সংগঠনৰ সদস্যক আশ্ৰয় দিয়া বুলি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে মৰিগাঁও জিলা আৰক্ষীয়ে ।

RelatedPosts

Morigaon:ভুৱা নথি পত্ৰৰে চাকৰিত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত নগাঁৱৰ যুৱক

Cyber Criminal Arrested:মৰিগাঁৱত পুনৰ আৰক্ষী জালত দুই চাইবাৰ অপৰাধী

Morigaon Police:মৰিগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চাইবাৰ অপৰাধী

ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰী আৰক্ষী থানাত ১৫৬/২২ নং গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰখাৰ লগতে ধৃত জেহাদী সদস্য মুফটি মোস্তাফাৰ পাৰপত্ৰ, বেংক পাচবুক, ম’বাইল ফোন জব্দ কৰি অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে । আনহাতে, ধৰ্মীয় শিক্ষা প্ৰদানৰ নামত জেহাদী সংগঠনৰ কাৰ্যকলাপ চলোৱাৰ বাবেই স্থাপন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মৈৰাবাৰীৰ চহৰীয়াপামস্থিত জমিৰুল হুদা মাদ্ৰাছাখন ছীল কৰি দিছে মৰিগাঁও জিলা প্ৰশাসনে ।

উল্লেখযোগ্য যে ২০১৮ত স্থাপন কৰা জমিৰুল হুদা মাদ্ৰাছাখনত ২০১৯ৰ পৰাই বিদেশী পুঁজি বিনিয়োগ হোৱা তথ্য লাভ কৰিছে মৰিগাঁও আৰক্ষীয়ে । আনহাতে, মৈৰাবাৰীত ধৃত জেহাদিৰে স’তে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । কিয়নো অল কায়দাৰ ভাৰতীয় সংস্কৰণ আনচাৰউল্লা বাংলা টিমৰ গোটৰে ধনৰ লেনদেনৰ সন্ধান লাভ কৰিছে ।

আনহাতে, মৰিগাঁৱৰ মিলনপুৰৰ পৰা জেহাদী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহত আফছাৰুল সহ সাতজনক সোধ-পোচৰ বাবে মৰিগাঁও আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে । ইপিনে, জেহাদী সংগঠনৰ লগত জড়িত থকা মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়াপামস্থিত জমিৰুল হুদা নামৰ মাদ্ৰাছাৰ শিক্ষক মুফটি মোস্তাফাক গ্ৰেপ্তাৰ কৰাৰ লগতে জেহাদী সংগঠনৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত সাতজনক আটক কৰা ঘটনাই সমগ্ৰ জিলাখনতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Al QaedaAnsarullah Bangla TeamJehadiMORIGAONMorigaon Police
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d